NB News
NB News
  • Видео 7 932
  • Просмотров 24 241 508
নৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব হেমন্ত ছোৰেন
ঝাৰখণ্ডৰ ৰাজনীতিত পুনৰ পট পৰিৱৰ্তন। পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব হেমন্ত ছোৰেন
#nbnews #nbnewsdigital #hemantasoren #ChampaiSoren
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Просмотров: 86

Видео

মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে মথাউৰি বনাইছে। মথাউৰি ভাঙি জনতা বানত ককবকাইছে
Просмотров 7385 часов назад
মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে মথাউৰি বনাইছে। মথাউৰি ভাঙি জনতা বানত ককবকাইছে। প্ৰশ্ন উঠিছে কিয় বাৰে বাৰে ছিগে কোটিটকীয়া মথাউৰি? #nbnews #nbnewsdigital #keshabmahanta #hatimuradam #hatimurasluicegate #AssamFlood #flood #AssamGovt A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: nbnewstv #NBnews #NBtv #NBnewsassam #N...
সংকটত কাজিৰঙাৰ জীৱকূল। নিৰাপদ স্থান বিচাৰি ঢাপলি মেলিছে ওখ ঠাইলৈ
Просмотров 1,8 тыс.5 часов назад
অকল মানুহেই নহয় বানত পশুকুলেও হেৰুৱাইছে নিজৰ বাসস্থান, হেৰুৱাইছে আপোনজনক। নিৰাপদ স্থান বিচাৰি সিহঁত ঢাপলি মেলিছে ও ঠাইলৈ #nbnews #nbnewsdigital #AssamFlood #flood #animals #kaziranga A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: nbnewstv #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #NBNews
লোকসভা নিৰ্বাচনত বিশেষ সম্প্ৰদায়ৰ ভোট নাপালে বিজেপিয়ে
Просмотров 9456 часов назад
লোকসভা নিৰ্বাচনত বিশেষ সম্প্ৰদায়ৰ ভোট নাপালে বিজেপিয়ে #nbnews #nbnewsdigital #HimantaBiswaSarma #bjp #assampolitics A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: nbnewstv #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #NBNews
জাহাংগীৰৰ মূৰটো লৈ সুনীল পলাই গ’ল জানো?
Просмотров 2,8 тыс.6 часов назад
জাহাংগীৰৰ মূৰটো লৈ সুনীল পলাই গ’ল জানো? #nbnews #nbnewsdigital #JahangirHussain #sunilgogoi #AssamPolice #DGPAssam #CID A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: nbnewstv #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #NBNews
কাইলৈৰ পৰা বন্ধ সকলো চৰকাৰী- বেচৰকাৰী বিদ্যালয়
Просмотров 1,1 тыс.6 часов назад
কাইলৈৰ পৰা বন্ধ সকলো চৰকাৰী- বেচৰকাৰী বিদ্যালয়। অপৰিৱৰ্তিত বান পৰিস্থিতিৰ পাছতে এই সিদ্ধান্ত প্ৰশাসনৰ #nbnews #nbnewsdigital #schoolclosed A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: nbnewstv #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #NBNews
বানত আক্ৰান্ত ১০ লক্ষাধিক। ৰাইজৰ খবৰ ৰাখিছেনে ৰাইজৰ প্ৰতিনিধিয়ে? ‘ব্যতিক্ৰম’
Просмотров 5436 часов назад
কেনে আছে বানাক্ৰান্ত? ৰাইজৰ খবৰ ৰাখিছেনে ৰাইজৰ প্ৰতিনিধিয়ে? বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কি কৰিছে চৰকাৰে? কোন জনপ্ৰতিনিধি ৰাইজৰ কাষত, কোন আঁতৰত? কাৰ্যবাহী সম্পাদক শান্তনু মহন্তৰ সৈতে ‘ব্যতিক্ৰম’ #nbnews #nbnewsdigital #byatikram #AssamFlood #flood #santanumahanta #AssamGovt A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: ...
পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব হেমন্ত ছোৰেন
Просмотров 5966 часов назад
পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব হেমন্ত ছোৰেন। পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে #nbnews #nbnewsdigital #Jharkhand #jharkhandcm #hemantasoren #ChampaiSoren A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: nbnewstv #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #NBNews
বানাক্ৰান্তক সাহায্য নিদিও বুলি ধমক ভাস্কৰ শৰ্মাৰ
Просмотров 3,2 тыс.6 часов назад
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নামানে মাৰ্ঘেৰিটাৰ বিধায়কে। বানাক্ৰান্তক সাহায্য নিদিও বুলি ধমক ভাস্কৰ শৰ্মাৰ #nbnews #nbnewsdigital #BhaskarSarma #HimantaBiswaSarma #bjp #AssamFlood A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: nbnewstv #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #NBNews
হাত এৰি ঝাড়ু কিয় ল’লে ৰমেন বৰঠাকুৰে?
Просмотров 7937 часов назад
হাত এৰি ঝাড়ু কিয় ল’লে ৰমেন বৰঠাকুৰে? #nbnews #nbnewsdigital #aap #ramenborthakur #assampolitics #Congress A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: nbnewstv #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #NBNews
হাতত খাৰু, ডিঙিত ঢোলবিৰি পিন্ধি ৰণলৈ মহাবীৰ লাচিত! লাচিতক অপমান ‘ইতিহাস থিয়েটাৰ’ৰ
Просмотров 1 тыс.7 часов назад
হাতত খাৰু, ডিঙিত ঢোলবিৰি পিন্ধি ৰণলৈ মহাবীৰ লাচিত! শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মূৰত বস্তাৰ টুপী! ইতিহাস বিকৃত কৰি লাচিতক অপমান ‘ইতিহাস থিয়েটাৰ’ৰ #nbnews #nbnewsdigital #lachitborpkhukan #itihashtheater #abhijitbhattacharya #assamesetheater #theater #JatinBora #controversy A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: ...
বানাক্ৰান্তলৈ বৃহৎ পূঁজি মুকলি ৰাজ্যিক কেবিনেটৰ। কেনেদৰে কিমান ক্ষতিপূৰণ পাব বানাক্ৰান্তই?
Просмотров 3,4 тыс.8 часов назад
বানাক্ৰান্তলৈ বৃহৎ পূঁজি মুকলি ৰাজ্যিক কেবিনেটৰ। ১৫ আগষ্টৰ ভিতৰত ক্ষতিগ্ৰস্তই পাব ক্ষতি পূৰণ। কেনেদৰে কিমান ক্ষতিপূৰণ পাব বানাক্ৰান্তই? #nbnews #nbnewsdigital #AssamFlood #flood #HimantaBiswaSarma A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: nbnewstv #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #N...
হাতীমূৰাৰ মথাউৰি কিয় বাৰে বাৰে ছিগে? ইয়াৰ বাবে জগৰীয়া কোন? প্ৰশ্ন সমষ্টিবাসীৰ
Просмотров 2,2 тыс.8 часов назад
বাঢ়নী পানীয়ে উটুৱাই নিলে মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰা মথাউৰি। এই ভয়ংকৰ দুৰ্যোগৰ বাবে জগৰীয়া কোন? কিয় বাৰে বাৰে ছিগে হাতীমূৰাৰ মথাউৰি? #nbnews #nbnewsdigital #AssamFlood #hatimuradam #hatimurasluicegate #flood #keshabmahanta A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: nbnewstv #NBnews #NBtv #NBne...
কেবিনেটত বানাক্ৰান্তৰ বাবে কি কি ঘোষণা মুখ্যমন্ত্ৰীৰ?
Просмотров 7 тыс.8 часов назад
কেবিনেটত বানাক্ৰান্তৰ বাবে কি কি ঘোষণা মুখ্যমন্ত্ৰীৰ? A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7. Facebook: nbnewstv #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #NBNews
‘আপুনি অন্যায় কৰিছে। আপোনাক আৰু জিকাব নোৱাৰো’ জনতাৰ ৰোষত মন্ত্রী কেশৱ মহন্ত
Просмотров 3,7 тыс.8 часов назад
‘আপুনি অন্যায় কৰিছে। আপোনাক আৰু জিকাব নোৱাৰো’ জনতাৰ ৰোষত মন্ত্রী কেশৱ মহন্ত
অসমত বানপানীৰ স্থায়ী সমাধান নাই!
Просмотров 3,4 тыс.9 часов назад
অসমত বানপানীৰ স্থায়ী সমাধান নাই!
চকুৰ সন্মূখতে বানে উটুৱাই লৈ সপোনৰ ঘৰখন। চৌদিশে কেৱল, চকুলো, হাহাকাৰ, আৰ্তনাদ
Просмотров 12 тыс.9 часов назад
চকুৰ সন্মূখতে বানে উটুৱাই লৈ সপোনৰ ঘৰখন। চৌদিশে কেৱল, চকুলো, হাহাকাৰ, আৰ্তনাদ
সমষ্টিৰ বন্যাৰ্তৰ কাষত নাথাকি পুত্ৰৰ উপনয়নৰ বাবে থাইলেণ্ডত ব্যস্ত জিতু গোস্বামীৰ
Просмотров 1,5 тыс.9 часов назад
সমষ্টিৰ বন্যাৰ্তৰ কাষত নাথাকি পুত্ৰৰ উপনয়নৰ বাবে থাইলেণ্ডত ব্যস্ত জিতু গোস্বামীৰ
ৰিয়ানৰ সৈতে অঘটন বিমান বন্দৰত সমস্যাত পৰিল অসম সন্তান ৰিয়ান পৰাগ
Просмотров 4 тыс.10 часов назад
ৰিয়ানৰ সৈতে অঘটন বিমান বন্দৰত সমস্যাত পৰিল অসম সন্তান ৰিয়ান পৰাগ
ছেম ষ্টেফৰ্ডৰ আজি জন্মদিন। মাতৃৰ মৰ্মবেদনা বুজিব কোনে?
Просмотров 91310 часов назад
ছেম ষ্টেফৰ্ডৰ আজি জন্মদিন। মাতৃৰ মৰ্মবেদনা বুজিব কোনে?
নিজ সমষ্টিতে পশু খেদা খালে মন্ত্ৰী কেশৱ মহন্তই। ঘটনাস্থলীৰ পৰা হাতযোৰ কৰি গাড়ী লৈ পলায়ন
Просмотров 6 тыс.10 часов назад
নিজ সমষ্টিতে পশু খেদা খালে মন্ত্ৰী কেশৱ মহন্তই। ঘটনাস্থলীৰ পৰা হাতযোৰ কৰি গাড়ী লৈ পলায়ন
চহৰ অঞ্চলত হোৱা কৃত্ৰিম বানকলৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী
Просмотров 37510 часов назад
চহৰ অঞ্চলত হোৱা কৃত্ৰিম বানকলৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী
চিকিৎসাৰ পৰা শিক্ষা সকলো হ'ব বিনামূলীয়া। ১০ লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড
Просмотров 89011 часов назад
চিকিৎসাৰ পৰা শিক্ষা সকলো হ'ব বিনামূলীয়া। ১০ লা লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড
বছৰৰ তৃতীয়টো বানৰ প্ৰকোপ সহিছে কামপুৰৰ শতাধিক ৰাইজে
Просмотров 1,5 тыс.12 часов назад
বছৰৰ তৃতীয়টো বানৰ প্ৰকোপ সহিছে কামপুৰৰ শতাধিক ৰাইজে
বৃহৎ ৰাজনৈতিক খেল খেলিবলৈ সাজু চন্দ্ৰবাবু নাইডু। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীলৈ লিখিলে চিঠি
Просмотров 3,5 тыс.12 часов назад
বৃহৎ ৰাজনৈতিক খেল খেলিবলৈ সাজু চন্দ্ৰবাবু নাইডু। কংগ্ৰেছৰ মুখ্যমন্ত্ৰীলৈ লিখিলে চিঠি
সমষ্টিবাসীৰ দুখৰ সময়ত থাইলেণ্ডত পুত্ৰৰ উপনয়ন বিধায়কৰ
Просмотров 48012 часов назад
সমষ্টিবাসীৰ দুখৰ সময়ত থাইলেণ্ডত পুত্ৰৰ উপনয়ন বিধায়কৰ
খোজকাঢ়ি মক্কালৈ সাহসিক হজযাত্ৰা ফৈছাল আহমেদৰ
Просмотров 14412 часов назад
খোজকাঢ়ি মক্কালৈ সাহসিক হজযাত্ৰা ফৈছাল আহমেদৰ
পুনৰ ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা
Просмотров 40612 часов назад
পুনৰ ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা
গাঁৱৰ মাজত সোমাল প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘ। দেখিলে বুকু কঁপি উঠা দৃশ্য
Просмотров 1,5 тыс.12 часов назад
গাঁৱৰ মাজত সোমাল প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘ। দেখিলে বুকু কঁপি উঠা দৃশ্য
বিপদত বিজেপি বিধায়ক ভাস্কৰ শৰ্মা। সময়সীমা বান্ধি দিলে ১২ ঘণ্টা
Просмотров 1,1 тыс.12 часов назад
বিপদত বিজেপি বিধায়ক ভাস্কৰ শৰ্মা। সময়সীমা বান্ধি দিলে ১২ ঘণ্টা

Комментарии

  • @Dhubri143
    @Dhubri143 27 минут назад

    Apuni iak loi podcast korise kintu jiyaur dak loi kio podcast nkora

  • @PrakashGamer-ym1xq
    @PrakashGamer-ym1xq Час назад

  • @shubhrajyotimukherjee7969
    @shubhrajyotimukherjee7969 Час назад

    Musalman hay musalman

  • @abdulwahabsikder5986
    @abdulwahabsikder5986 2 часа назад

    Mashallah ❤️

  • @bidyamonisarma6239
    @bidyamonisarma6239 2 часа назад

    Good.job

  • @terimeri3487
    @terimeri3487 3 часа назад

    অসমত এইজনী আৰু জিয়াউৰ ৰহমানে সমস্যা আছিল মানে 😂 চতুৰ্থ স্তম্ভ😂

  • @BanojitrajbongshiPathsala
    @BanojitrajbongshiPathsala 3 часа назад

    😂😂😂

  • @dipankarsarma3454
    @dipankarsarma3454 3 часа назад

    Ki unntat hoise guwahati khane buri thake xun ek jak barasunot---all assamot unnata howa buli koi

  • @dipankarsarma3454
    @dipankarsarma3454 3 часа назад

    Mane issoror Issa thakile ami basi thakim

  • @dipankarsarma3454
    @dipankarsarma3454 3 часа назад

    Kio xamashya xamadhan howa nai

  • @BISHWAJITDUTTABABA-gw5te
    @BISHWAJITDUTTABABA-gw5te 3 часа назад

    VASKAR,NEPALI,MANIPURI THREE IDIOTS 😂😂😂

  • @umeshjaan-mg3uc
    @umeshjaan-mg3uc 3 часа назад

    এনেকুৱা বহু গাওঁ তথা অঞ্চল হেৰুৱাইছে থলুৱা লোকে । এইবোৰ আমাৰ পূৰ্ব পুৰুষ সকলৰ অতিথি পৰায়ণ স্বভাৱ বা অজ্ঞানতাৰ ফলত এটাৰ পিছত এটাকৈ বহু ঠাই এৰি দিব লগা হৈছে - সহজ সৰল হজা থলুৱা ৰাইজে ।

  • @molinadas9009
    @molinadas9009 3 часа назад

    Khahu maa bor dhunia dekhat....

  • @user-to1mm5yw7m
    @user-to1mm5yw7m 3 часа назад

    BJP hihi.bjp hataw.

  • @Rhino-taekwondo-academy.9997
    @Rhino-taekwondo-academy.9997 3 часа назад

    Nisoi xohai korim

  • @ian-to3by
    @ian-to3by 4 часа назад

    Kantoliya sor dibo lage ebur montrik

  • @user-yo9hn4md4j
    @user-yo9hn4md4j 4 часа назад

    CID আৰু CBI ক লগ পালে এটা ই প্রশ্ন শুধিলো হেতেন যে জোন মান ৰাভাৰ দেহাটো কি ষ্টিলেৰে তৈয়াৰী আছিল ? যে বিধ্বস্ত গাড়ীখনত দেহটো ইমান অক্ষত অৱস্থাত আছিল ?

  • @KulenGogoi
    @KulenGogoi 4 часа назад

    😂😂😂😂😂😂😂 মূৰ্খ সকল এতিয়াহে টুপনি ভাঙিল তোমালোকৰ। গʼমকেই নোপোৱা দেশত কি হ'বলৈ গৈ আছে 😅😅। আমি গোৰ্খা সন্থা, আমি আদিবাসী সন্থা , আমি চাহ জনগোষ্ঠী , আমি টাই ছাত্ৰ সন্থা , আমি মটক ছাত্ৰ সন্থা , আমি কোচ ৰাজবংশী , আমি বেঙ্গলী ফেদাৰেচন , আমি জাতীয়তাবাদী আদি আদি আদি আদি --- মূৰ্খ হিন্দু সকল নিজৰ ভিতৰতেই ভাগ ভাগ হৈ থকা । এতিয়া পুলিচৰ সাহায্য কিয় বিচাৰিছা ? পুলিচ মানেই চৰকাৰ নহয় জানো ? এইখন চৰকাৰেই CAA গৃহীত কৰিবলৈ চেষ্টা কৰিছিল ; কিন্তু তহঁত আঠুত মগজু থকা সকলে প্ৰতিবাদ কৰিছিলি , টায়াৰ জ্বলাইছিলি কা আমাক নালাগে । বি জে পি চৰকাৰে গোটেই ৰাষ্ট্ৰখনক ইছলামী কৰণৰ পৰা ৰক্ষা কৰিবৰ বাবেই কা বলবৎ কৰিছিল। তহঁত মূৰ্খ বিলাকে কি কৈছিলি " আমি ছেকুলাৰ " 😂😂😂। এতিয়া তোমালোকে নিজৰ বাই ভনী ‌আৰু জীয়েক সকলক মুছলমানৰ লগত বিয়া দি মিতিৰালী পাত । যেনেকৈ হিন্দী চিনেমাৰ শত্ৰুঘ্ন সিনহাই এই অলপতে নিজৰ জীয়েক সুনাক্ষী সিনহাক খুব ধুমধামেৰে বিয়া দিলে মুছলমানৰ লগত😂😂😂😂😂😂। মুছলমান জোঁৱাই পালে দুবাই , মক্কা , আৰব ফুৰিবলৈ পাবা 😂😂😂😂😂😂😂

  • @user-fb4xu9qz1s
    @user-fb4xu9qz1s 4 часа назад

    Bhut dibe aku ...

  • @BumoniDada
    @BumoniDada 4 часа назад

    Firoz hindu asil na? 😂😂😂😂

  • @newswideassam1155
    @newswideassam1155 4 часа назад

    2026 চনত এইবোৰ সকলো পাহৰি যাব ৰাইজে।

  • @spoilerB
    @spoilerB 4 часа назад

    Well said .. Mr Chetry

  • @Ratanhajong.
    @Ratanhajong. 4 часа назад

    Ako ni suli jam kosto krim atai jibon mathu vogobane vle rakhile hl

  • @user-ux7gk1lb6b
    @user-ux7gk1lb6b 4 часа назад

    BJP hatao desh bachao Modi hatao Bharat bachao

  • @user-pz2eu1uj9r
    @user-pz2eu1uj9r 4 часа назад

    কাজিৰঙাৰ। দোকান বিলাগ ওঠাৱ লাগে

  • @NabadipDas-ln3mq
    @NabadipDas-ln3mq 4 часа назад

    Toi hangbadik ne ki val koi poh batoritu asamiya hobdo to val kobo pora ni

  • @vikramborgohain1910
    @vikramborgohain1910 4 часа назад

    জি, পি চিং আৰু জুবিনক মাতি বাৰ্থডে কেক খুৱাব লাগিছিল,,,,,

  • @pranabnath2195
    @pranabnath2195 4 часа назад

    মেউ মেউ

  • @rajibhazarika4083
    @rajibhazarika4083 4 часа назад

    Baki. Kaigarakir video dibasun

  • @user-xv3qr5tp5n
    @user-xv3qr5tp5n 5 часов назад

    Barikhat mothauti bnabo ahe

  • @TaponHazarika-cy1cl
    @TaponHazarika-cy1cl 5 часов назад

    Tel fatisay 3bosorotay mla r amuwaisay.

  • @jamunaray4032
    @jamunaray4032 5 часов назад

    Yar psoto kintu teo ke jikabo 2026 t Pare jdi teok borjon korok koliyabar baxi ye

  • @user-nx3bf1tr9f
    @user-nx3bf1tr9f 5 часов назад

    Breking news😜😜

  • @bokulkarmakar7784
    @bokulkarmakar7784 5 часов назад

    Rahul Gandhi Zindabaad. Congresssss Zindabaad.

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb 5 часов назад

    এই বিলাক কি হ'ব ধৰিছে ভগবান।অসমী আইক ৰক্ষা কৰা প্ৰভু। টকাৰ কাৰণে মানুহে একো চিনি নোপোৱা হৈছে।

  • @monjulahon7712
    @monjulahon7712 5 часов назад

    বিতপী ওলায় যোৱাৰ পাছত , প্ৰতিযোগিতা খন চাবলৈ মনটো বেয়া লাগিল , বিতপী 100% ধুনীয়া নাচিছিল ।

  • @dharmadutta8831
    @dharmadutta8831 5 часов назад

    পালি এইবোৰক ভোট দিয়

  • @probingogoi9774
    @probingogoi9774 5 часов назад

    মাথাউৰি নিৰ্মাণ কৰাৰ সময়ত ৰঙা মাটি প্ৰয়োগ কৰি তাত ৰুলাৰিঙ কৰিছিল নে? মন্ত্ৰীৰ ভায়েকক কিয় কামটো আবণ্টন/আবণ্টন দিছিল?

  • @user-ut4xx7wl3x
    @user-ut4xx7wl3x 5 часов назад

    Ki hobo dada kun ahib a pithe bola

  • @kaushikgogoi1201
    @kaushikgogoi1201 5 часов назад

    Ki krim oo mobile vagi pela he haanti hb poisa aru recharge koribole

  • @binoydeka7916
    @binoydeka7916 5 часов назад

    মজা

  • @ranjitgowsami7891
    @ranjitgowsami7891 5 часов назад

    কিটানো ভুঞাঁ ভালে আছে নে

  • @AnantaKonwar-xm3bh
    @AnantaKonwar-xm3bh 5 часов назад

    Thikader %ahi gol

  • @surathbarman9588
    @surathbarman9588 5 часов назад

    আপ এতিয়া জিরে

  • @dharmadutta8831
    @dharmadutta8831 5 часов назад

    ঠিক

  • @apurbakalita9752
    @apurbakalita9752 5 часов назад

    Amak admit card laga mama

  • @apurbakalita9752
    @apurbakalita9752 5 часов назад

    Mama admit card katiya dibo

  • @BinapaniKalita-tm4rc
    @BinapaniKalita-tm4rc 6 часов назад

    Tor asoni dia howa nai

  • @HariDas-ui9gv
    @HariDas-ui9gv 6 часов назад

    lowra pakage 250 dal 2kg rice 250 gram oil 500g potato

  • @deepjyotiborah4708
    @deepjyotiborah4708 6 часов назад

    Eyak kela ticket dibo nalaga